Pratidin Time
Pratidin Time
  • 12 747
  • 374 955 066
  • में शामिल हो गए 18/11/2014

वीडियो
বিশ্বজিত নাথৰ ফেচবুক পোষ্ট : নাহৰকটীয়া আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ
বিশ্বজিত নাথৰ ফেচবুক পোষ্ট : নাহৰকটীয়া আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ
दिन पहले
বিশ্বজিত নাথৰ ফেচবুক পোষ্টক লৈ চাচনিত অব্যাহত প্ৰতিক্ৰিয়া। ঘটনা সন্দৰ্ভত নাহৰকটীয়া আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।
উখল-মাখল কমাৰগাঁৱৰ দিহিঙীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয়ক্ষেত্র।
উখল-মাখল কমাৰগাঁৱৰ দিহিঙীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয়ক্ষেত্র।
दिन पहले
উখল-মাখল কমাৰগাঁৱৰ দিহিঙীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয়ক্ষেত্র। শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক অধিৱেশনৰ বাবে মহুৰা পথাৰত চলিছে পূৰ্ণ প্রস্তুতি।
মাৰ্ঘেৰিটাৰ ব্যৱসায়িক প্রতিষ্ঠানৰ নামফলকৰ বিৰুদ্ধে চলিল আছুৰ অভিযান।
মাৰ্ঘেৰিটাৰ ব্যৱসায়িক প্রতিষ্ঠানৰ নামফলকৰ বিৰুদ্ধে চলিল আছুৰ অভিযান।
दिन पहले
মাৰ্ঘেৰিটাৰ ব্যৱসায়িক প্রতিষ্ঠানৰ নামফলকৰ বিৰুদ্ধে চলিল আছুৰ অভিযান। অসমীয়াৰ সলনি আন ভাষাত লিখা নামফলক আঁতৰালে আছু কৰ্মীয়ে।
২০১৯ বৰ্ষৰ ৰাষ্ট্রীয় শিশু সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ গুৱাহাটীৰ কমলকৃষ্ণ দাস
২০১৯ বৰ্ষৰ ৰাষ্ট্রীয় শিশু সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ গুৱাহাটীৰ কমলকৃষ্ণ দাস
दिन पहले
২০১৯ বৰ্ষৰ ৰাষ্ট্রীয় শিশু সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ গুৱাহাটীৰ কমলকৃষ্ণ দাস
এটা নহয়, দুটাকৈ পদকেৰে খেলো ইণ্ডিয়াত জিলিকি উঠিল জিনু। এতিয়া কি কৰিব জিনুৱে?
এটা নহয়, দুটাকৈ পদকেৰে খেলো ইণ্ডিয়াত জিলিকি উঠিল জিনু। এতিয়া কি কৰিব জিনুৱে?
दिन पहले
গুৱাহাটীত কেয়াৰ টেকাৰ হিচাপে কাম কৰিবলৈ আহি ভাগ্য সলনি হ’ল জিনু গগৈৰ। এটা নহয়, দুটাকৈ পদকেৰে খেলো ইণ্ডিয়াত জিলিকি উঠিল জিনু। এতিয়া কি কৰিব জিনুৱে?
অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিৱেশন।
অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিৱেশন।
दिन पहले
অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিৱেশন।
বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সকলৰ মাঘ বা মাঘিয় বিচু।
বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সকলৰ মাঘ বা মাঘিয় বিচু।
दिन पहले
বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সকলৰ মাঘ বা মাঘিয় বিচু। কৃষিজীৱী দেউৰী সকলে মাঘ মাহৰ প্রথমটো বুধবাৰে পালন কৰে এই উৎসৱ।
কৰোণা ভাইৰাছ, চীনত নতুন 'মৃত্যুদূত'
কৰোণা ভাইৰাছ, চীনত নতুন 'মৃত্যুদূত'
दिन पहले
কৰোণা ভাইৰাছ, চীনত নতুন 'মৃত্যুদূত'
এজন স্বয়ম্ভু সাংবাদিকক কেন্দ্র কৰি বুধবাৰে উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ চাচনি।
এজন স্বয়ম্ভু সাংবাদিকক কেন্দ্র কৰি বুধবাৰে উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ চাচনি।
दिन पहले
সততে ছ’চিয়েল মিডিয়াৰ জৰিয়তে চৰ্চাত থকা বিশ্বজিৎ নাথ নামৰ এজন স্বয়ম্ভু সাংবাদিকক কেন্দ্র কৰি বুধবাৰে উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ চাচনি।
মূল সুঁতিলৈ ঘূৰি আহিল আলফা, NDFBকে ধৰি ৬টা উগ্রপন্থী সংগঠনৰ ৬৪৪জন সদস্য।
মূল সুঁতিলৈ ঘূৰি আহিল আলফা, NDFBকে ধৰি ৬টা উগ্রপন্থী সংগঠনৰ ৬৪৪জন সদস্য।
दिन पहले
মূল সুঁতিলৈ ঘূৰি আহিল আলফা, NDFBকে ধৰি ৬টা উগ্রপন্থী সংগঠনৰ ৬৪৪জন সদস্য। অস্ত্রসহ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সন্মুখত।
নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ'ব অসমৰ প্ৰতীকপট ।
নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ'ব অসমৰ প্ৰতীকপট ।
दिन पहले
নতুন দিল্লীৰ ৰাজপথত সমাগত গণৰাজ্য দিৱসৰ পেৰেডৰ সম্পূৰ্ণ আখৰা, গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ'ব অসমৰ প্ৰতীকপট ।
কংগ্ৰেছৰ দুমুখীয়া নীতি,C(A)Aত স্থগিতাদেশ বিচৰা নাছিল কংগ্ৰেছে ।
কংগ্ৰেছৰ দুমুখীয়া নীতি,C(A)Aত স্থগিতাদেশ বিচৰা নাছিল কংগ্ৰেছে ।
दिन पहले
কংগ্ৰেছৰ দুমুখীয়া নীতি,C(A)Aত স্থগিতাদেশ বিচৰা নাছিল কংগ্ৰেছে ।
কটন বিশ্ববিদ্যালয় চৌহদত পৌৰাণিক মূৰ্তি উদ্ধাৰ
কটন বিশ্ববিদ্যালয় চৌহদত পৌৰাণিক মূৰ্তি উদ্ধাৰ
दिन पहले
কটন বিশ্ববিদ্যালয় চৌহদত পৌৰাণিক মূৰ্তি উদ্ধাৰ
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্মদিন
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্মদিন
दिन पहले
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্মদিন
মহানগৰীৰ ৱায়াৰলেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,
মহানগৰীৰ ৱায়াৰলেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,
दिन पहले
মহানগৰীৰ ৱায়াৰলেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ একেটি পৰিয়ালৰ দুটি শিশুৰ মৃত্যু
বুধবাৰে নিশা মৰিগাঁও মাটিপৰ্বতত ডকাইতি কাণ্ড, এজন ব্যৱসায়ীৰ পৰা লুটি নিয়ে নগদ ১২ লাখ টকা
বুধবাৰে নিশা মৰিগাঁও মাটিপৰ্বতত ডকাইতি কাণ্ড, এজন ব্যৱসায়ীৰ পৰা লুটি নিয়ে নগদ ১২ লাখ টকা
दिन पहले
বুধবাৰে নিশা মৰিগাঁও মাটিপৰ্বতত ডকাইতি কাণ্ড এজন ব্যৱসায়ীৰ পৰা লুটি নিয়ে নগদ ১২ লাখ টকা
গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাজপথত পেৰেডৰ আখৰা,
গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাজপথত পেৰেডৰ আখৰা,
दिन पहले
গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাজপথত পেৰেডৰ আখৰা,
নুমলীগড়ত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ
নুমলীগড়ত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ
दिन पहले
নুমলীগড়ত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পশ্চিম ইম্ফলত IED বিস্ফোৰণ।
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পশ্চিম ইম্ফলত IED বিস্ফোৰণ।
2 दिन पहले
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পশ্চিম ইম্ফলত IED বিস্ফোৰণ।
GMCH প্ৰেক্ষাগৃহত ৬৪৪ গৰাকী উগ্ৰপন্থীৰ আনুষ্ঠানিক আত্মসমৰ্পণ কাৰ্যসূচী,
GMCH প্ৰেক্ষাগৃহত ৬৪৪ গৰাকী উগ্ৰপন্থীৰ আনুষ্ঠানিক আত্মসমৰ্পণ কাৰ্যসূচী,
2 दिन पहले
GMCH প্ৰেক্ষাগৃহত ৬৪৪ গৰাকী উগ্ৰপন্থীৰ আনুষ্ঠানিক আত্মসমৰ্পণ কাৰ্যসূচী, আত্মসমৰ্পণকাৰী উগ্রপন্থীৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে
SCত CAAৰ শুনানিৰ দিনটোত ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে
SCত CAAৰ শুনানিৰ দিনটোত ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে
2 दिन पहले
উচ্চতম ন্যায়ালয়ত CAAৰ শুনানিৰ দিনটোত ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে। শ্রেণী বৰ্জনেৰে প্রতিবাদত বহিল ৰাজ্যৰ ছাত্র সমাজ। আৰু প্রতিবাদৰত ছাত্র ছাত্রীৰ হুংকাৰ চৰকাৰলৈ- ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত দিছপুৰৰ পৰা গাদীচ্যুত কৰিব বিজেপি চৰকাৰক।
শংকৰ-আজানৰ দেশখ্যাত শিৱসাগৰত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে হিন্দু-মুছলমানৰ অভিনৱ প্রতিবাদ
শংকৰ-আজানৰ দেশখ্যাত শিৱসাগৰত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে হিন্দু-মুছলমানৰ অভিনৱ প্রতিবাদ
2 दिन पहले
ধৰ্মৰ উৰ্দ্ধত অসমীয়াত্ব। শংকৰ-আজানৰ দেশখ্যাত শিৱসাগৰত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে হিন্দু-মুছলমানৰ অভিনৱ প্রতিবাদ। শিৱসাগৰবাসীয়ে পুনৰবাৰ প্রমাণ কৰিলে ৰংপুৰৰ পুৰাতন ঐতিহ্যক। চাওক আমাৰ এই প্রতিবেদন।
কেন্দ্রীয় চৰকাৰক সকলো আবেদন সন্দৰ্ভত শপতনামা দিবলৈ চাৰি সপ্তাহৰ সময়
কেন্দ্রীয় চৰকাৰক সকলো আবেদন সন্দৰ্ভত শপতনামা দিবলৈ চাৰি সপ্তাহৰ সময়
2 दिन पहले
দেশ তোলপাৰ লগাই থকা নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশ নিদিলে উচ্চতম ন্যয়ালয়ে। মুখ্য ন্যয়াধীশ শাৰদ অৰবিন্দ ব’বড়েৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে C(A)A সন্দৰ্ভত ন্যায়ালয়ত দাখিল হোৱা ১৪৪ খন আবেদনৰ শুনানি লৈ ক’লে- ‘আমি একপক্ষীয়ভাৱে মতামত দিব নোৱাৰো। কেন্দ্রীয় চৰকাৰৰো মতামত শুনিব লাগিব’।
শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সৰ্বাংগসুন্দৰ কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে দিহিঙীয়া মহুৰা পথাৰ
শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সৰ্বাংগসুন্দৰ কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে দিহিঙীয়া মহুৰা পথাৰ
2 दिन पहले
শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাথো ১৩টা দিন বাকী। অধিৱেশন সৰ্বাংগসুন্দৰ কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে দিহিঙীয়া মহুৰা পথাৰ। ৩০ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি। অধিৱেশনৰ দিনকেইটা হৰি নাম-কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ’ব ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’।
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্রতিবাদ
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্রতিবাদ
2 दिन पहले
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্রতিবাদ। বুধবাৰে নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা প্রদৰ্শন কৰি প্রতিবাদ সাব্যস্ত কৰে AJYCPৰ কৰ্মীয়ে। বৰপেটাৰ ভেল্লাতো অনুষ্ঠিত হয় প্রতিবাদী জনসভা।
অসম প্রদেশ কংগ্রেছ কমিটীয়ে ‘অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্রা’ৰ অধীনত সাব্যস্ত কৰে ‘কা’ বিৰোধী প্রতিবাদ
অসম প্রদেশ কংগ্রেছ কমিটীয়ে ‘অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্রা’ৰ অধীনত সাব্যস্ত কৰে ‘কা’ বিৰোধী প্রতিবাদ
2 दिन पहले
জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী কংগ্রেছেও অব্যাহত ৰাখিছে প্রতিবাদ। বুধবাৰে অসম প্রদেশ কংগ্রেছ কমিটীয়ে ‘অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্রা’ৰ অধীনত সাব্যস্ত কৰে ‘কা’ বিৰোধী প্রতিবাদ। বিতৰ্কিত আইনখন বাতিলৰ দাবীত প্রতিবাদেৰে উত্তাল হৈ পৰে টীয়কৰ ৰাজপথ।
অসম চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব ৬টাকৈ উগ্রপন্থী সংগঠনৰ ৬ শতাধিক সদস্যই
অসম চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব ৬টাকৈ উগ্রপন্থী সংগঠনৰ ৬ শতাধিক সদস্যই
2 दिन पहले
বৃহস্পতিবাৰে অসম চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব আলফা, NDFBকে ধৰি ৬টাকৈ উগ্রপন্থী সংগঠনৰ ৬ শতাধিক সদস্যই। উগ্রপন্থী সদস্যসকলে বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্রও জমা দিব অসম আৰক্ষীৰ ওচৰত। মন কৰিবলগীয়া এই আত্মসমৰ্পণ কেৱল আনুষ্ঠানিকতাহে। ৬টাকৈ উগ্রপন্থী সংগঠনৰ এই ৬ শতাধিক কেডাৰে বিগত দুবছৰৰ ভিতৰত বিভিন্ন কাৰণত ইতিমধ্যেই মূল সুঁতিলৈ উভতি আহিছে।
যেন অসমৰ C(A)A বিৰোধী আন্দোলনলৈ বিশেষ সঁহাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ
যেন অসমৰ C(A)A বিৰোধী আন্দোলনলৈ বিশেষ সঁহাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ
2 दिन पहले
যেন অসমৰ C(A)A বিৰোধী আন্দোলনলৈ বিশেষ সঁহাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ। সংশোধিত নাগৰিকত্ব আইন প্রত্যাহাৰৰ দাবীৰে উচ্চতম ন্যায়ালয়ত ৰুজু হোৱা ১৪৪ খন আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে যেন পুনৰ মৰ্যাদা প্রদান কৰিলে অসম চুক্তি আৰু সংবিধানৰ ৬ (ক) অনুচ্ছেদক।
আজিৰ তাৰিখত সঁচাকৈয়ে বিকল্প ৰাজনৈতিক দলৰ প্রয়োজনীয়তা আছেনে?
আজিৰ তাৰিখত সঁচাকৈয়ে বিকল্প ৰাজনৈতিক দলৰ প্রয়োজনীয়তা আছেনে?
2 दिन पहले
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি জাতীয় দল-সংগঠনৰ প্রতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ চৰ্চা চলিছে বিকল্প ৰাজনৈতিক দলৰ। কিন্তু আজিৰ তাৰিখত সঁচাকৈয়ে বিকল্প ৰাজনৈতিক দলৰ প্রয়োজনীয়তা আছেনে? এই সন্দৰ্ভত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কৰা মন্তব্যৰ কি প্রত্যুত্তৰ দিলে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?
শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য।
শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য।
2 दिन पहले
‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য।
সামৰণি পৰিল তৃতীয় খেলো ইণ্ডিয়াৰ | দৃষ্টিনন্দন প্রদৰ্শনেৰে এই প্রতিযোগিতাত উজলি উঠিল অসম।
সামৰণি পৰিল তৃতীয় খেলো ইণ্ডিয়াৰ | দৃষ্টিনন্দন প্রদৰ্শনেৰে এই প্রতিযোগিতাত উজলি উঠিল অসম।
2 दिन पहले
সামৰণি পৰিল তৃতীয় খেলো ইণ্ডিয়াৰ।প্রতিভা আৰু যোগ্যতা প্রতিপন্ন কৰাৰ এই যুদ্ধক্ষেত্রত জিলিকি উঠিল খ্যাত-অখ্যাত বহু খেলুৱৈ। দৃষ্টিনন্দন প্রদৰ্শনেৰে এই প্রতিযোগিতাত উজলি উঠিল অসম।
২০২২ চনত ‘ইছৰো’ই মহাকাশলৈ প্রেৰণ কৰিব মানৱ যান। ইয়াৰ বাবে ইতিমধ্যে প্রস্তুতি চলাইছে ‘ইছৰো’ই।
২০২২ চনত ‘ইছৰো’ই মহাকাশলৈ প্রেৰণ কৰিব মানৱ যান। ইয়াৰ বাবে ইতিমধ্যে প্রস্তুতি চলাইছে ‘ইছৰো’ই।
2 दिन पहले
২০২২ চনত ‘ইছৰো’ই মহাকাশলৈ প্রেৰণ কৰিব মানৱ যান। ইয়াৰ বাবে ইতিমধ্যে প্রস্তুতি চলাইছে ‘ইছৰো’ই।
সামৰণি পৰিল বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ।
সামৰণি পৰিল বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ।
2 दिन पहले
সামৰণি পৰিল বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ। সামৰণি অনুষ্ঠানৰ মুকলি সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে।
আলোচনা প্রক্রিয়াত চামিল হ’বলৈ ওলাই আহিল NDFBৰ দুই দুৰ্ধৰ্ষ নেতা জি বিদাই আৰু এম বাথা।
আলোচনা প্রক্রিয়াত চামিল হ’বলৈ ওলাই আহিল NDFBৰ দুই দুৰ্ধৰ্ষ নেতা জি বিদাই আৰু এম বাথা।
2 दिन पहले
আলোচনা প্রক্রিয়াত চামিল হ’বলৈ ওলাই আহিল NDFBৰ দুই দুৰ্ধৰ্ষ নেতা জি বিদাই আৰু এম বাথা।
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত কি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যই
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত কি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যই
2 दिन पहले
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত কি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যই
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য
2 दिन पहले
উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য ‘ন্যায়ালয়ৰ ওপৰত আমি আশা-ভৰসা কৰি আছো’ ‘অসম আৰু উত্তৰ-পূবক উপলব্ধি কৰিছে ন্যায়ালয়ে’ ‘আইনী সংগ্রামৰ লগতে ৰাজপথৰ সংগ্রামো চলি থাকিব’
সমাগত গণৰাজ্য দিৱস, গণৰাজ্য দিৱসৰ দিনটোতে ২২ টি শিশুলৈ আগবঢ়োৱা হ'ব ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা।
সমাগত গণৰাজ্য দিৱস, গণৰাজ্য দিৱসৰ দিনটোতে ২২ টি শিশুলৈ আগবঢ়োৱা হ'ব ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা।
2 दिन पहले
সমাগত গণৰাজ্য দিৱস, গণৰাজ্য দিৱসৰ দিনটোতে ২২ টি শিশুলৈ আগবঢ়োৱা হ'ব ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা।এই ২২ টি শিশুৰ ভিতৰত আছে অসমৰ কমলকৃষ্ণ দাস ।
আজি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
আজি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
2 दिन पहले
আজি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
‘খেলো ইণ্ডিয়া’ত অসমৰ পদক জয়ৰ যাত্রা অব্যাহত, অন্তিম দিনাও অসমৰ খেলুৱৈয়ে লাভ কৰিছে পদক
‘খেলো ইণ্ডিয়া’ত অসমৰ পদক জয়ৰ যাত্রা অব্যাহত, অন্তিম দিনাও অসমৰ খেলুৱৈয়ে লাভ কৰিছে পদক
3 दिन पहले
‘খেলো ইণ্ডিয়া’ত অসমৰ পদক জয়ৰ যাত্রা অব্যাহত অন্তিম দিনাও অসমৰ খেলুৱৈয়ে লাভ কৰিছে পদক
C(A)A গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি,
C(A)A গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি,
3 दिन पहले
C(A)A গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি, কেন্দ্ৰৰ পক্ষ নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে সৰ্বোচ্চ ন্যায়ালয়ে।
ৰাজ্যত বনজ সম্পদৰ অবাধ লুণ্ঠন। ‘প্রতিদিন টাইম’ৰ কেমেৰাত বন্দী চাঞ্চল্যকৰ দৃশ্য।
ৰাজ্যত বনজ সম্পদৰ অবাধ লুণ্ঠন। ‘প্রতিদিন টাইম’ৰ কেমেৰাত বন্দী চাঞ্চল্যকৰ দৃশ্য।
3 दिन पहले
ৰাজ্যত বনজ সম্পদৰ অবাধ লুণ্ঠন। ‘প্রতিদিন টাইম’ৰ কেমেৰাত বন্দী চাঞ্চল্যকৰ দৃশ্য। গােলাঘাটত বালি চোৰৰ অকপট স্বীকাৰােক্তি। বালি চোৰে উদঙালে চোৰাং বালিৰ ৰমৰমীয়া বেহাI ধেমাজিত জীয়াধলৰ বুকুৰে সৰবৰাহ চোৰাং কাঠ। বিহালীৰ বৰগাং নদীত শিল-বালিৰ অবৈধ খনন।
মেঘালয়ৰ সৰ্বাংগীণ উন্নয়ন কামনা প্ৰধানমন্ত্ৰী মোডীৰ
মেঘালয়ৰ সৰ্বাংগীণ উন্নয়ন কামনা প্ৰধানমন্ত্ৰী মোডীৰ
3 दिन पहले
দেশৰ বাবে বিশেষ অৱদান আগবঢ়াইছে মেঘালয়বাসীয়ে। মেঘালয়ৰ সৰ্বাংগীণ উন্নয়ন কামনা প্ৰধানমন্ত্ৰী মোডীৰ।
সামৰণি পৰিল মুখ্যমন্ত্রী যুৱ সমাৰােহৰ। সামৰণি অনুষ্ঠানত বলীউডৰ তাৰকা বিবেক অবেৰয়।
সামৰণি পৰিল মুখ্যমন্ত্রী যুৱ সমাৰােহৰ। সামৰণি অনুষ্ঠানত বলীউডৰ তাৰকা বিবেক অবেৰয়।
3 दिन पहले
সামৰণি পৰিল মুখ্যমন্ত্রী যুৱ সমাৰােহৰ। সামৰণি অনুষ্ঠানত বলীউডৰ তাৰকা বিবেক অবেৰয়।
গণৰাজ্য দিৱসৰ পূর্বে অঘটন। সােণাৰিত নিশা বিস্ফোৰণ। নিশ্চিত হােৱা নাই বােমা হয় নে নহয়।
গণৰাজ্য দিৱসৰ পূর্বে অঘটন। সােণাৰিত নিশা বিস্ফোৰণ। নিশ্চিত হােৱা নাই বােমা হয় নে নহয়।
3 दिन पहले
গণৰাজ্য দিৱসৰ পূর্বে অঘটন। সােণাৰিত নিশা বিস্ফোৰণ। নিশ্চিত হােৱা নাই বােমা হয় নে নহয়।
মহাৰাষ্ট্রৰ ঔৰংগাবাদত ‘সাৰংগ সমাৰােহ’। অসমৰ শিল্পী দলে বিলালে সত্ৰীয়া সংস্কৃতিৰ সুবাস।
মহাৰাষ্ট্রৰ ঔৰংগাবাদত ‘সাৰংগ সমাৰােহ’। অসমৰ শিল্পী দলে বিলালে সত্ৰীয়া সংস্কৃতিৰ সুবাস।
3 दिन पहले
মহাৰাষ্ট্রৰ ঔৰংগাবাদত ‘সাৰংগ সমাৰােহ’। অসমৰ শিল্পী দলে বিলালে সত্ৰীয়া সংস্কৃতিৰ সুবাস। উত্তৰ কমলাবাৰী সত্ৰৰ ১২ জনীয়া শিল্পী দলৰ অংশগ্রহণ। ৰাষ্ট্ৰীয় আলােচনা চক্ৰত ড০ প্রদীপজ্যোতি মহন্তৰ বক্তৃতা। ‘প্রতিদিন টাইম’ৰ সাংবাদিক তীর্থ ভূঞা বৰগায়নৰাে অংশগ্রহণ।
বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ C(A)A গোচৰৰ শুনানি। ন্যায়ালয়ে অসমবাসীক ভাল খবৰ দিয়াৰ আশা আছুৰ।
বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ C(A)A গোচৰৰ শুনানি। ন্যায়ালয়ে অসমবাসীক ভাল খবৰ দিয়াৰ আশা আছুৰ।
3 दिन पहले
বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ C(A)A গোচৰৰ শুনানি। ন্যায়ালয়ে অসমবাসীক ভাল খবৰ দিয়াৰ আশা আছুৰ।
আপোনাৰ অকণমান সহায়ে সুস্থ কৰি তুলিব দীপজ্যোতিক
আপোনাৰ অকণমান সহায়ে সুস্থ কৰি তুলিব দীপজ্যোতিক
3 दिन पहले
আপোনাৰ অকণমান সহায়ে সুস্থ কৰি তুলিব দীপজ্যোতিক। মাটি-ভেটি বিক্ৰী কৰিও যোগাৰ কৰিব পৰা নাই ধন। দুয়োটা বৃক্কই বিকল দীপজ্যোতিৰ।
বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। উদুলি-মুদুলি দাউহাৰু সমন্বয় ক্ষেত্ৰ।
বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। উদুলি-মুদুলি দাউহাৰু সমন্বয় ক্ষেত্ৰ।
3 दिन पहले
বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। উদুলি-মুদুলি দাউহাৰু সমন্বয় ক্ষেত্ৰ।
বড়ো সাহিত্য সভাৰ অধিৱেশনত 'বিয়া'
বড়ো সাহিত্য সভাৰ অধিৱেশনত 'বিয়া'
3 दिन पहले
বড়ো সাহিত্য সভাৰ অধিৱেশনত 'বিয়া'
মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ
মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ
3 दिन पहले
মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ। মণিকাঞ্চন ৰংগক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ দিন চমু চপাৰ লগে লগে ক্ৰমাৎ যেন ব্যস্ততা বাঢ়িছে মহুৰাপথাৰত
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ দিন চমু চপাৰ লগে লগে ক্ৰমাৎ যেন ব্যস্ততা বাঢ়িছে মহুৰাপথাৰত
4 दिन पहले
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ দিন চমু চপাৰ লগে লগে ক্ৰমাৎ যেন ব্যস্ততা বাঢ়িছে বোকাখাতৰ মহুৰাপথাৰত
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে
4 दिन पहले
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে: বি চাওৰাইগৌৰা, বি আৰ ফেৰেংগা
NDFB ৰে শান্তি আলোচনাৰ মাজত নিহিত হৈ আছে নিৰ্বাচনী অংক: নৱ শৰণীয়া
NDFB ৰে শান্তি আলোচনাৰ মাজত নিহিত হৈ আছে নিৰ্বাচনী অংক: নৱ শৰণীয়া
4 दिन पहले
NDFB ৰে শান্তি আলোচনাৰ মাজত নিহিত হৈ আছে নিৰ্বাচনী অংক: নৱ শৰণীয়া
হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কোৱাত  আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেওঁক সকলোৱে চিনি পাই: তৰুণ গগৈ

মাজুলীত স্বাস্থ্য বিভাগৰ এলানি প্র-পত্রত দেখা গ’ল বাংলা ভাষাৰ ব্যৱহাৰ।
মাজুলীত স্বাস্থ্য বিভাগৰ এলানি প্র-পত্রত দেখা গ’ল বাংলা ভাষাৰ ব্যৱহাৰ।
4 दिन पहले
পূৰ্বে আহিছিল অসমীয়া আৰু ইংৰাজী ভাষাত। কিন্তু এইবাৰ অসমীয়াৰ পৰিৱৰ্তে আহিল বাংলা ভাষাত। মাজুলীত স্বাস্থ্য বিভাগৰ এলানি প্র-পত্রত দেখা গ’ল বাংলা ভাষাৰ ব্যৱহাৰ।
বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নিৰ্বাচিত হ'ল জগত প্রসাদ নাড্ডা অৰ্থাৎ জে পি নাড্ডা।
বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নিৰ্বাচিত হ'ল জগত প্রসাদ নাড্ডা অৰ্থাৎ জে পি নাড্ডা।
4 दिन पहले
বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নিৰ্বাচিত হ'ল জগত প্রসাদ নাড্ডা অৰ্থাৎ জে পি নাড্ডা।
৯০ বছৰীয়া মাতৃৰ পুত্রৰ প্রতি কাতৰ আহ্বান। অঘৰী জীৱন ত্যাগ কৰি মূল সূতিলৈ আহক বিদাই।
৯০ বছৰীয়া মাতৃৰ পুত্রৰ প্রতি কাতৰ আহ্বান। অঘৰী জীৱন ত্যাগ কৰি মূল সূতিলৈ আহক বিদাই।
4 दिन पहले
৯০ বছৰীয়া মাতৃৰ পুত্রৰ প্রতি কাতৰ আহ্বান। অঘৰী জীৱন ত্যাগ কৰি মূল সূতিলৈ আহক বিদাই।
পূৰ্ণগতিত চলিছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম
পূৰ্ণগতিত চলিছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম
4 दिन पहले
পূৰ্ণগতিত চলিছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম
উদুলি-মুদুলি খৈৰাবাৰীৰ দাওহাৰো সমন্বয় ক্ষেত্ৰ। আজিৰে পৰা আৰম্ভ হ'ল বড়ো সাহিত্য সভাৰ অধিৱেশন ।

জনপ্রিয় শিল্পী শ্বাশ্বতী ফুকনে দীৰ্ঘদিনৰ মূৰত ৰাইজলৈ আগবঢ়াই দিছে এটি অসমীয়া গীত।
জনপ্রিয় শিল্পী শ্বাশ্বতী ফুকনে দীৰ্ঘদিনৰ মূৰত ৰাইজলৈ আগবঢ়াই দিছে এটি অসমীয়া গীত।
4 दिन पहले
বহু জনপ্ৰিয় গীতত কণ্ঠ নিগৰাই দৰ্শকৰ হৃদয় জয় কৰা জনপ্রিয় শিল্পী শ্বাশ্বতী ফুকনে দীৰ্ঘদিনৰ মূৰত ৰাইজলৈ আগবঢ়াই দিছে এটি অসমীয়া গীত।কাটা লাগা কে ধৰি কেইবাটাও হিন্দী গীতেৰে দেশবাসীৰ হৃদয় জয় কৰা শ্বাশ্বতী ফুকনৰ "থাকিবানে সাৰে' এই শীৰ্ষক গীতটিৰ সংগীতেৰে সজাইছে বলিউডত প্ৰতিষ্ঠিত সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকনে।।
খেলো ইণ্ডিয়াত অসমৰ  'সোণালী জলপৰী'
খেলো ইণ্ডিয়াত অসমৰ 'সোণালী জলপৰী'
4 दिन पहले
খেলো ইণ্ডিয়াত অসমৰ 'সোণালী জলপৰী'
কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সজাগতা সভা।
কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সজাগতা সভা।
4 दिन पहले
কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সজাগতা সভা।
খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
4 दिन पहले
খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
5 दिन पहले
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি
5 दिन पहले
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি। মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ দণ্ডাধীশক আক্ৰমণ C(A)A সমৰ্থনকাৰীৰ।
আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)
আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)
5 दिन पहले
আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনস্থলীত আজি প্ৰতিষ্ঠা কৰা হয় গুৰু আসন।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনস্থলীত আজি প্ৰতিষ্ঠা কৰা হয় গুৰু আসন।
5 दिन पहले
মাথো কেইটামান দিনৰ পিছতেই আৰম্ভ হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনস্থলীত আজি প্ৰতিষ্ঠা কৰা হয় গুৰু আসন।
ভিন্ন কাৰ্যসূচীৰ আকৰ্ষণেৰে লোকে-লোকাৰণ্য হৈ পৰিছে ওদালগুৰিৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
ভিন্ন কাৰ্যসূচীৰ আকৰ্ষণেৰে লোকে-লোকাৰণ্য হৈ পৰিছে ওদালগুৰিৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
5 दिन पहले
ভিন্ন কাৰ্যসূচীৰ আকৰ্ষণেৰে লোকে-লোকাৰণ্য হৈ পৰিছে ওদালগুৰিৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
শনিবাৰৰ সন্ধ্যাৰপৰা সন্ধানহীন যুৱকজন। পিছে যুৱকজন গ'ল ক'লৈ?
শনিবাৰৰ সন্ধ্যাৰপৰা সন্ধানহীন যুৱকজন। পিছে যুৱকজন গ'ল ক'লৈ?
5 दिन पहले
আধা ঘণ্টাৰ ভিতৰত ঘৰ পোৱাৰ কথা আছিল গীতানগৰৰ এই যুৱকজন। কিন্তু শনিবাৰৰ সন্ধ্যাৰপৰা সন্ধানহীন যুৱকজন। পিছে যুৱকজন গ'ল ক'লৈ?
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত।
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত।
5 दिन पहले
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত। কিন্তু প্ৰকৃততে ঘটনাটোনো কি? চাওক এই প্ৰতিবেদন।
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
5 दिन पहले
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
5 दिन पहले
ধেমাজিৰ গোগামুখৰ আন্তঃৰাজ্যিক সীমা উলংঘন কৰি এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
5 दिन पहले
মন্ত্ৰীত্বৰ শপত লৈ স্ব-গৃহলৈ যোৱাৰ বাটতেই গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
5 दिन पहले
সুদীৰ্ঘ অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
আজি বিতৰ্কিত CAA বাতিল কৰাৰ দাবীৰে ওলাই আহি মহানগৰীৰ ৰাজপথ কপালে নাৰীশক্তিয়ে।
আজি বিতৰ্কিত CAA বাতিল কৰাৰ দাবীৰে ওলাই আহি মহানগৰীৰ ৰাজপথ কপালে নাৰীশক্তিয়ে।
5 दिन पहले
আজি বিতৰ্কিত CAA বাতিল কৰাৰ দাবীৰে ওলাই আহি মহানগৰীৰ ৰাজপথ কপালে নাৰীশক্তিয়ে।
বিজেপিৰ হাতত পইচা আছে, বাকী একো নাই, কিন্তু অসমৰ মানুহৰ জাতীয়তাবোধ আছে: জুবিন গাৰ্গ
বিজেপিৰ হাতত পইচা আছে, বাকী একো নাই, কিন্তু অসমৰ মানুহৰ জাতীয়তাবোধ আছে: জুবিন গাৰ্গ
5 दिन पहले
বিজেপিৰ হাতত পইচা আছে, বাকী একো নাই, কিন্তু অসমৰ মানুহৰ জাতীয়তাবোধ আছে: জুবিন গাৰ্গ
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমীয়া জাতিটোক ভাল পাব নোৱাৰিলে: পলাশ চাংমাই
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমীয়া জাতিটোক ভাল পাব নোৱাৰিলে: পলাশ চাংমাই
5 दिन पहले
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই গাদীৰ স্বাৰ্থতেই কেতিয়াও অসমীয়া জাতিটোক ভাল পাব নোৱাৰিলে: পলাশ চাংমাই
আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
5 दिन पहले
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ।
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ।
5 दिन पहले
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ। কিন্তু কিয়?
বিজেপি এতিয়া ICU ত। আগন্তুক এবছৰত বিজেপিয়ে একো কৰিব নোৱাৰে: ৰিপুন বৰা
বিজেপি এতিয়া ICU ত। আগন্তুক এবছৰত বিজেপিয়ে একো কৰিব নোৱাৰে: ৰিপুন বৰা
5 दिन पहले
বিজেপি এতিয়া ICU ত। আগন্তুক এবছৰত বিজেপিয়ে একো কৰিব নোৱাৰে: ৰিপুন বৰা
ৰাজ্য চৰকাৰৰ পুণ্যধাম আঁচনিৰ অধীনত আজি বৈষ্ণদেৱী মন্দিৰলৈ ৰাওনা হ'ল ৰাজ্যৰ ৪৪ গৰাকী তীৰ্থযাত্ৰী

"বিজেপিয়ে জাতিৰ নামত বজ্যাতি কৰিছে",হোজাইৰ CAA বিৰোধী প্ৰতিবাদী সমাবেশত বঙালী সমাজৰ নেতাৰ অভিযোগ
"বিজেপিয়ে জাতিৰ নামত বজ্যাতি কৰিছে",হোজাইৰ CAA বিৰোধী প্ৰতিবাদী সমাবেশত বঙালী সমাজৰ নেতাৰ অভিযোগ
5 दिन पहले
"বিজেপিয়ে জাতিৰ নামত বজ্যাতি কৰিছে", হোজাইৰ CAA বিৰোধী প্ৰতিবাদী গণ সমাবেশত বঙালী সমাজৰ নেতাৰ তীব্ৰ অভিযোগ।
১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
5 दिन पहले
আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
বৌদ্ধিক আলোচনা নোহোৱা বাবেই অসমীয়াই CAA বিৰোধিতা কৰিছে: হিমন্ত বিশ্ব শৰ্মা
বৌদ্ধিক আলোচনা নোহোৱা বাবেই অসমীয়াই CAA বিৰোধিতা কৰিছে: হিমন্ত বিশ্ব শৰ্মা
5 दिन पहले
বৌদ্ধিক আলোচনা নোহোৱা বাবেই অসমীয়াই CAA বিৰোধিতা কৰিছে: হিমন্ত বিশ্ব শৰ্মা
আৱেগত জাতি-ভাষা-ভেটি ৰক্ষা নপৰে: সৰ্বানন্দ সোণোৱাল
আৱেগত জাতি-ভাষা-ভেটি ৰক্ষা নপৰে: সৰ্বানন্দ সোণোৱাল
5 दिन पहले
আৱেগত জাতি-ভাষা-ভেটি ৰক্ষা নপৰে: সৰ্বানন্দ সোণোৱাল
দুহেজাৰ ভোৰতালৰ ৰজনজননিৰে মাজুলীত আজিৰপৰা আৰম্ভ হ'ল "অসম ভাওনা সমাৰোহ ২০২০"
দুহেজাৰ ভোৰতালৰ ৰজনজননিৰে মাজুলীত আজিৰপৰা আৰম্ভ হ'ল "অসম ভাওনা সমাৰোহ ২০২০"
5 दिन पहले
দুহেজাৰ ভোৰতালৰ ৰজনজননিৰে মাজুলীত আজিৰপৰা আৰম্ভ হ'ল "অসম ভাওনা সমাৰোহ ২০২০"
CAA বাতিল নোহোৱা পৰ্যন্ত দাড়ি নাকাটে জুবিন গাৰ্গে
CAA বাতিল নোহোৱা পৰ্যন্ত দাড়ি নাকাটে জুবিন গাৰ্গে
6 दिन पहले
CAA বাতিল নোহোৱা পৰ্যন্ত দাড়ি নাকাটে জুবিন গাৰ্গে
RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
6 दिन पहले
RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
পুনৰ C(A)A বিৰোধী শ্লোগানেৰে উত্তাল লতাশিল দীঘলীপুখুৰী
পুনৰ C(A)A বিৰোধী শ্লোগানেৰে উত্তাল লতাশিল দীঘলীপুখুৰী
6 दिन पहले
পুনৰ C(A)A বিৰোধী শ্লোগানেৰে উত্তাল লতাশিল দীঘলীপুখুৰী
আযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতিত ব্যস্ত অসমৰ খনিকৰ
আযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতিত ব্যস্ত অসমৰ খনিকৰ
6 दिन पहले
আযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতিত ব্যস্ত অসমৰ খনিকৰ
সমাগত ৫৯ সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন
সমাগত ৫৯ সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন
6 दिन पहले
সমাগত ৫৯ সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন
অৱশেষত জল্পনা-কল্পনা, উৎকণ্ঠাৰ অৱসান ঘটাই সম্প্রসাৰণ ঘটিল সোণোৱাল মন্ত্রীসভাৰ।
অৱশেষত জল্পনা-কল্পনা, উৎকণ্ঠাৰ অৱসান ঘটাই সম্প্রসাৰণ ঘটিল সোণোৱাল মন্ত্রীসভাৰ।
6 दिन पहले
অৱশেষত জল্পনা-কল্পনা, উৎকণ্ঠাৰ অৱসান ঘটাই সম্প্রসাৰণ ঘটিল সোণোৱাল মন্ত্রীসভাৰ।
পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা
পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা
6 दिन पहले
পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা
দিন চমু চাপি অহাৰ লগে লগে শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ব্যস্ততা বাঢ়িছে বোকাখাত কমাৰগাঁৱৰ মহুৰা পথাৰত।

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নজিৰ সৃষ্টি কৰিলে নাহৰকটীয়া সমষ্টিৰ চাচনিবাসীয়ে
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নজিৰ সৃষ্টি কৰিলে নাহৰকটীয়া সমষ্টিৰ চাচনিবাসীয়ে
6 दिन पहले
সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নজিৰ সৃষ্টি কৰিলে নাহৰকটীয়া সমষ্টিৰ চাচনিবাসীয়ে
দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত বাহাল থাকিল ৰঞ্জিত দাস।
দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত বাহাল থাকিল ৰঞ্জিত দাস।
6 दिन पहले
দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত বাহাল থাকিল ৰঞ্জিত দাস।
মাজুলীত প্লাষ্টিক বটলৰ ঘৰ,অনিষ্টকাৰী প্লাষ্টিকক লৈয়ে মাজুলীত এটা ভাল কাম কৰাৰ প্রয়াস
মাজুলীত প্লাষ্টিক বটলৰ ঘৰ,অনিষ্টকাৰী প্লাষ্টিকক লৈয়ে মাজুলীত এটা ভাল কাম কৰাৰ প্রয়াস
6 दिन पहले
মাজুলীত প্লাষ্টিক বটলৰ ঘৰ,অনিষ্টকাৰী প্লাষ্টিকক লৈয়ে মাজুলীত এটা ভাল কাম কৰাৰ প্রয়াস
Angaraj Saikia
Angaraj Saikia - 5 मिनट पहले
HBS bina sicurity t ahi sa abr...lengta kori mrim
Ronjit Boro, Duku nangtaou
Ronjit Boro, Duku nangtaou - 7 मिनट पहले
Jwi Bodolandni
ASH Creation
ASH Creation - 12 मिनट पहले
Dine Dine olop besiye Pogola bokibo loiso.. aku poribekh sristi koribo nuwaro toi
N Gogoi
N Gogoi - 22 मिनट पहले
এই সকলেই "বদন" হে প্ৰভু
Pranjeet Hazarika
Pranjeet Hazarika - 23 मिनट पहले
কিছুমান ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়াত কথোপকথন কৰিলে জৰিমনা ভৰিব লাগে | ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'বনে ?
abhijit gogoia
abhijit gogoia - 23 मिनट पहले
Gogoi sir best
Dolly Das
Dolly Das - 26 मिनट पहले
Amak CAA 👎🏼👎🏼👎🏼👎🏼👎🏼👎🏼👎🏼 Jai aai axom ✊ go back 😠 BJP RSS Modi 🤕 swonal 😈 dala
Saddam Hossain
Saddam Hossain - 26 मिनट पहले
Right
mina. mon
mina. mon - 29 मिनट पहले
Tmm.pitak.tak
karabi nath
karabi nath - 29 मिनट पहले
সচাকৈ এইটো কাম বহুত দিন আগত কৰিব লাগিছিল জয় আই অসম
Dolly Das
Dolly Das - 30 मिनट पहले
Himanta pagal hol aro 🤯🤯🤯 🤯🤯 🤯 khor hoiss murot
Goalpara Lam
Goalpara Lam - 34 मिनट पहले
Notun dol khabo Zubeen ta Ami apunak vote dim diya jai aai axom Jai zubeen da
Dolly Das
Dolly Das - 35 मिनट पहले
No CAA in Assam ☝️ But NRC we need .that Hindu Bangladesh bangali throw outside of Assam
Ruhul Amin
Ruhul Amin - 39 मिनट पहले
😭😭😭😢
Rajen Das
Rajen Das - 40 मिनट पहले
ভাল লাগিল
Rakesh Choudhury
Rakesh Choudhury - 44 मिनट पहले
Jai aai axom.....
Rova khro
Rova khro - घंटे पहले
All humans are same with same color blood. I think bjp n RSS blood color is different hahaha. Joi Aai Axom
Binod Gogoi
Binod Gogoi - घंटे पहले
ই সকলো সময়তে হিন্দু মুছলমান কিয় কৈ থাকে । বেলেগ সুস্থ মগজুৰে ৰাজনীতি কৰিব নোৱাৰে নেকি ? আৰু দমননীতি অসমত নচলিৱ ।
NS Editing
NS Editing - घंटे पहले
himonto mathagorom kothaa kune hune ooo😆😆😆😆aitu kam bangladesi
Bhaben Narzari
Bhaben Narzari - घंटे पहले
No.1 enemy of bodo tribs
PARESH MANDAL
PARESH MANDAL - घंटे पहले
Bjp zindabad
Julius Hussain
Julius Hussain - घंटे पहले
Himu k Bangali Language lage.
Kwrwmdao Narzary
Kwrwmdao Narzary - 2 घंटे पहले
Sir Jwgnw Boro Harinw Bodoland kwolo nagtargwolwi
CAA CAA
CAA CAA - 2 घंटे पहले
Tar hatot porman thoka buli koisil , Gotike dhanor bostabur kunuba maruwarir gudamor hoi jodi porman korok . Mur mote porman dilei Val hobo .
Jitu Bordoloi
Jitu Bordoloi - 2 घंटे पहले
This boy looks like Indian version of Michael Phelps...
L B
L B - 2 घंटे पहले
Pet dog KEEP YOUR FUCKING DOG IN AT NIGHT!!!! KEY WORD PET!
Purbajyoti Bora
Purbajyoti Bora - 2 घंटे पहले
Kthaburt eitu misa dre lagil
Ajoy Lahon
Ajoy Lahon - 2 घंटे पहले
হিমন্ত তোৰ যদি দম আছে গাওঁ আহি কথাবোৰ কহি
Funny Video
Funny Video - 2 घंटे पहले
ATM BUROT BANGLA LANGUAGE NOHOBO...OTORABO LAGIBO
Ajoy Lahon
Ajoy Lahon - 2 घंटे पहले
হিমন্ত তোৰ যদি দম আছে গাওঁ আহি কথাবোৰ কহি
Nitul Axom
Nitul Axom - 2 घंटे पहले
তহতৰ মূৰ নাইকিয়া bjpৰ মানুহেহে এইবোৰ কথা শুনিব।হ'ল bjp ক অসম বা ভাৰতৰ মানুহে আৰু কেতিয়াও বিশ্বাস নকৰে।তহতক ২০২১ত পুলিয়ে পুখাই উঘালি ডাঙৰ গাত এটা খান্দি পুতি থৈ জনম জনমলৈ অসম আৰু ভাৰতৰ পৰা বিদাই দি আমি নতুন দ'ল খুলিম অসমত।মই কা নামানো।জই আই অসম
Madhu Saikia
Madhu Saikia - 2 घंटे पहले
Bjp ...2021 ...hawa hbo....
abhijit gogoia
abhijit gogoia - 2 घंटे पहले
jai guru shanka
abhijit gogoia
abhijit gogoia - 2 घंटे पहले
jai aai axom
free dom
free dom - 2 घंटे पहले
Xosa kotha kou himanta biswa sharmar kundali ulai sa sure bengoli ulabo ...axomiya manuhor little ki biswa Sharma thake neki ,taar chehra tuwo kunu angelor pora Assamese nalage ....CAA ohar pisot yr porichoi ulai poribo....
P. Daimari
P. Daimari - 3 घंटे पहले
Most welcome ..... Bodoland from Canada...
Akan Das
Akan Das - 3 घंटे पहले
Good
Akan Das
Akan Das - 3 घंटे पहले
No CAA,bjp go back!!!!!
Akan Das
Akan Das - 3 घंटे पहले
Ako bhal nhy ,himu da tumar ghorot bhorai lowa CAA!!!
ankur saikia
ankur saikia - 5 घंटे पहले
Ktha bur hunile comedy lage😂
Rana
Rana - 5 घंटे पहले
Ako dal nakare e. Voot bank majboot kriboloi he ye sab krise. Buji paise assomiyai aru BJP k voot nidiya buli...
Luhit Koch
Luhit Koch - 6 घंटे पहले
Vutor luvt anibo bisaru nokli kio..
Biswajeet's all types of vdos specially music
Biswajeet's all types of vdos specially music - 6 घंटे पहले
Bodhiya
Amiya Kumar Chakravarty
Amiya Kumar Chakravarty - 6 घंटे पहले
Good communication
aLL iN oNe
aLL iN oNe - 6 घंटे पहले
Lungi pindh vai
aLL iN oNe
aLL iN oNe - 6 घंटे पहले
A Hb Hb kela ki j ktha Kwa.......kt ki boribekh bnabi....sb dekhilo
aLL iN oNe
aLL iN oNe - 6 घंटे पहले
Bangladeshi minister
Amazing DEEP ASSAM around the World
Amazing DEEP ASSAM around the World - 6 घंटे पहले
HOB NIJOR POCKET GOROM HOESE NOHOE.. AMAK BUJAE LAV NAE. JIMAN MARIB LOGHA ASE MARI THAK CAA K ANI ARU KIBA ANI.. 2021 T HEE GOM PABI POCKET GOROM kora Moza
Debo Gogoi
Debo Gogoi - 7 घंटे पहले
🙏🏻🙏🏻🙏🏻👍👍👍👍
abubakkar assam
abubakkar assam - 7 घंटे पहले
God bless you
Dr RAHUL
Dr RAHUL - 7 घंटे पहले
Why foreigners in Assam only ? THIS MAN WILL SEEL ASSAM TO FOREIGNERS . NO CAA BJP U SUCH AN IDIOT PARTY ,JAI AAI AXOM.
Biswajeet's all types of vdos specially music
Biswajeet's all types of vdos specially music - 8 घंटे पहले
Moja..tamam
Kabita official
Kabita official - 8 घंटे पहले
কুকুৰটোৰ তালু ওলাই ছে বাকী ৰাইজে ফুটাই দিলে হল। তাৰ ডাঙৰ ডাঙৰ লেকচাৰ চাল্লা। হাৰামি তহঁতৰ দৰে মানুহৰ জন্ম কিয় হৈ্ছে। আছুৰ ভৰি চেলেকাব লাগে তাক। সহজতে এৰি দিলে সকলো সহজ হৈ পৰে উপযুক্ত শাস্তি দিব লাগে তাক।
Saberia Konwar
Saberia Konwar - 8 घंटे पहले
😭
jahir Medical
jahir Medical - 8 घंटे पहले
Go ahead
Manuj kumar Gogoi
Manuj kumar Gogoi - 8 घंटे पहले
100 mrksr vitrt 25
Mama Vaginr Khisiri
Mama Vaginr Khisiri - 8 घंटे पहले
Dom ase jodi barak t koi dekha akhomiya kobo e lgibo ..... reality heitu kin2 akha dekhai ase akhomiya kobo e lgibo akhomot thkile
Parag Kakati
Parag Kakati - 8 घंटे पहले
Borhiya
Bhairab Moran
Bhairab Moran - 8 घंटे पहले
Tente populations act bonak... Amak caa nlge hai 2 ha janu ami
Parag Kakati
Parag Kakati - 8 घंटे पहले
*Sob misa kotha*
Indra Wary
Indra Wary - 8 घंटे पहले
Sala Burbog MP Naba Sarania Apune Kun Hoi we have our own Identity ok
Rishiraj Lahkar777
Rishiraj Lahkar777 - 8 घंटे पहले
all are fixed and scripted
Rubul Ali
Rubul Ali - 8 घंटे पहले
ehator manuhe prasno korise
Ezazur Rahman
Ezazur Rahman - 9 घंटे पहले
Amak bujabo nekage ami English nejanu tume English jana
Ezazur Rahman
Ezazur Rahman - 9 घंटे पहले
No Caa
Rubul Ali
Rubul Ali - 9 घंटे पहले
suyakhoya himamta
Kushal Saikia
Kushal Saikia - 9 घंटे पहले
এইটো কাম বহুত দিনতে কৰিব লাগিছিল । জয় আই অসম
Abhijit85 Buragohain
Abhijit85 Buragohain - 9 घंटे पहले
Joi aai axom
Mintu chodhury
Mintu chodhury - 9 घंटे पहले
Tamam mar tak kio asu khata kio
DORa YouTube Change
DORa YouTube Change - 9 घंटे पहले
বাংলা ভাষা আর অসম ভাষা একই কিন্তু এরা ভাষাটা নষ্ট করছে।
Ainul Hoque
Ainul Hoque - 9 घंटे पहले
Da aiponi bht jane kinti aimi prctical jani silchar too assam state pore kinti silchar manhu bur kio assames nokoi
Nazir Hussain
Nazir Hussain - 9 घंटे पहले
Assamese language should be our first language we should give it first priority in Assam. But we should not neglect other languages like hindi or english. Otherwise we will not be able to match the world. Assamese language should be our first and main language not the only language.
Ranjit Ranjit
Ranjit Ranjit - 9 घंटे पहले
Very good
DIBYAJYOTI BORA
DIBYAJYOTI BORA - 9 घंटे पहले
Ok ok 2011 Apuni ki koriclaaa
ammezing videos by learn boy
ammezing videos by learn boy - 9 घंटे पहले
Aal bal
Rajlakhyan Hatimuria
Rajlakhyan Hatimuria - 9 घंटे पहले
অসমে ilp বিচাৰিব লাগিব।
Dibakar Baishya
Dibakar Baishya - 9 घंटे पहले
1 ta question r o answer clear n perfect dibo nuwarile Himanta biswa sarmai ..... So CAA ami mani nolo...
comedi asam
comedi asam - 9 घंटे पहले
কি কথা কব আহে কথা কব ইচ্ছা আছে যদি ভাল কথা কওঁ বাংলাদেশীক নাগৰিকত্ব দি কি ঘেন্তা কৰিবি আমি ভালকৈ জানো হিমন্ত শৰ্মা অসমীক পলোভনৰ দৃষ্টিৰে চাব নোৱাৰা কৰিম জনতাই 2021ত তহঁত ডলাৰ বগৰী কুকুৰক বিশ্বাস কৰিলেও ৰাজনীতি কৰা মানুহক বিশ্বাস নকৰো
The Silly Fandom!!
The Silly Fandom!! - 9 घंटे पहले
Please somebody teach me Assamese I am from West UP And I speak Bengali
Susil Das
Susil Das - 9 घंटे पहले
Jay aai axom 👍👍👍👍🙏🙏🙏🙏
Villege Rock Star
Villege Rock Star - 9 घंटे पहले
Faltu sala aru kiba ase ne kob. Rajniti korib . You ata dumukhiya manuh dei. You agote kowa kotha bor mont korok son ki koisila aru aru BJP t ahi ki koi asa. Dumukhiya manuh ase jodi you asa axomt. Dhet sala ki bey. Agote muslim bahut val asile aru aji muslim beya . Ha ha ha ha,
Susil Das
Susil Das - 9 घंटे पहले
Jay aai axom 👍👍👍👍🙏🙏🙏
Siva Gogoi
Siva Gogoi - 9 घंटे पहले
বিমা বাইদেউ ধন্যবাদ আপঝনালৈ
i donot no No
i donot no No - 9 घंटे पहले
3 no q ans. sobotkoi comedy. he nijei henu kole j lok n rajya sabhat akou pass korile hobe. hahaha eibaru tenei hol tar mane agotu bjp houk ba bangladesh partyei houk mane akou 2099 holeu lok n rajya sabha t pass hole mane ami akou manibo lagibo. hahaha hoineki. heikarone sob rastat ahise j gos suti thakutei UGHALI PELAIDIM. ASSAMOT BJP RSS or comedy nosolibo.mane jar jetia mon bas majority thakilei hol ag borhaiyei thakibo. GOYA NEKI BE AMI.
Utpal Kumar Nath
Utpal Kumar Nath - 9 घंटे पहले
Nitchoi asse new political party in assam...
Dipu Kalita
Dipu Kalita - 9 घंटे पहले
sundr dada . sosa kotha apuni he bujay die.
ammezing videos by learn boy
ammezing videos by learn boy - 9 घंटे पहले
Dada😁
Arbinda Phukon
Arbinda Phukon - 9 घंटे पहले
Joy aai axom.. we oppose C (A)A
narendra online
narendra online - 9 घंटे पहले
ছাল্লা !! মানুহ কিমান সহজে বিক্ৰী হব পাৰে তাৰ যেন জ্বলন্ত উদাহৰণ হিমন্ত - সৰ্বানন্দ l কবলৈ ভাষা নাই, ধিক দিছোঁ তহঁতক RIP !!
ammezing videos by learn boy
ammezing videos by learn boy - 9 घंटे पहले
Kela mor dukh lagi gol😂😂😂
Matiful Hussain
Matiful Hussain - 9 घंटे पहले
Bal koss KOB ja
Abojit Chowdhury
Abojit Chowdhury - 9 घंटे पहले
Jai Hind 🇮🇳🙏
ABINASH BORAH
ABINASH BORAH - 9 घंटे पहले
2.41 gh
modern videos
modern videos - 9 घंटे पहले
Himu dak ata question koru bongali hindu ji khini ahibo seikhiniye akhomiya bhakha kobo ne bengoli bhakha kobo apanalorkr sangbadike aitu question mor falr pora himu dak sudhibo plz
Aminul Islam
Aminul Islam - 9 घंटे पहले
Ki
Aminul Islam
Aminul Islam - 9 घंटे पहले
Eman din korila minister thaki
Aminul Mukter Ahmed
Aminul Mukter Ahmed - 10 घंटे पहले
এইবোৰ টুপী আমাৰ নালাগে।ইমান মূৰ্খ নহয় যে বুজি নাপাওঁ
Rizwan Saikia
Rizwan Saikia - 10 घंटे पहले
4:46 Soisotti nhoi o suddurbhai, Soikhosthi
Bubul Gogoi
Bubul Gogoi - 10 घंटे पहले
Bonalin ki koranai ahomor manuhe najaneneki.and sormai tu baru nejanei.tar kunu rong nai.hi mathu panihe jeniye pare boi jabolai bisare.
Kamrul Islam
Kamrul Islam - 10 घंटे पहले
Go back